গজা (Assamese) [ Roman: go.ja]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-06
    1. (Proper Adj.-Common) related to or concerned with a plant that has started growing বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-10-21
    2. Cuisine-Food(Material Noun-Neuter) a kind of sweet prepared from wheat-floor ঘিঁউত ভাজি চেনিৰ ৰসত সিজাই ময়দাৰে তৈয়াৰ কৰা এবিধ মিঠাই
    Assamese:
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-10-21
    3. (Verb-Trans.) to cause to germinate or sprout গুটি বা বীজৰ পৰা পুলি উৎপন্ন কৰ্
    Assamese: