ইন্দিয়তৃপ্তিইন্দিৰা গোস্বামী
ইন্দিৰা (Assamese) [ Roman: in.di.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
English: beauty, loveliness,
Assamese: ইন্দিৰা, কান্তি, চাৰুতা, বিভূষা, মঞ্জিমা, লালিত্য, লাৱণ্য, শোভনতা, শোভা, শ্ৰী, সুন্দৰতা, সুষমা, সুৰূপ, সৈষ্টৱ, সৌন্দৰ্য্য, সৌম্যতা, সৌষ্ঠৱ, ৰমণীয়তা,
Bodo: महर-गोसा, समायथि,
Garo: nitoa,
Karbi: arje, athog, bolon, raje,
Nagamese: hundorjio, sundor,
Dimasa: majangthai,
Hindi: खूबसूरत, सौंदर्य,
Bangla: সৌন্দর্য,
TAI-Turung: Sop,
Singpho: chyom dik ai num
b. Verb-Trans.: beautify, ধুনীয়া কৰ্, ভূষিত কৰ্, শুৱনি কৰ্, শুৱা...
Contributed by: Himjyoti Talukdar on 2009-05-29
ইন্দিৰা (Assamese) [ Roman: in.di.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
1. (Abstract Noun) the quality present in a thing or person that gives intense pleasure or deep satisfaction to the mind, whether arising from sensory manifestations. মানুহ বা বস্তুৰ এনে এক গুণ, যি ইন্দ্ৰিয়ানুভূতিৰ জৰিয়তে গভীৰ আনন্দ বা পৰিতুষ্টি প্ৰদান কৰে।
Assamese: ইন্দিৰা, কান্তি, চাৰুতা, বিভূষা, মঞ্জিমা, লালিত্য, লাৱণ্য, শোভনতা, শোভা, শ্ৰী, সুন্দৰতা, সুষমা, সুৰূপ, সৈষ্টৱ, সৌন্দৰ্য্য, সৌম্যতা, সৌষ্ঠৱ, ৰমণীয়তা,
Bodo: महर-गोसा, समायथि,
Garo: nitoa,
Karbi: arje, athog, bolon, raje,
Nagamese: hundorjio, sundor,
Dimasa: majangthai,
Hindi: खूबसूरत, सौंदर्य,
Bangla: সৌন্দর্য,
TAI-Turung: Sop,
Singpho: chyom dik ai num
Different POS:
a. Proper Adj.-Common &/or Masculine: beautiful, elegant, foppish, pleasing, pretty...b. Verb-Trans.: beautify, ধুনীয়া কৰ্, ভূষিত কৰ্, শুৱনি কৰ্, শুৱা...
Contributed by: Himjyoti Talukdar on 2009-05-29
2. Hinduism(Proper Noun-Feminine) the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati. হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
English: Lakshmi, Laxmi,
Assamese: অচলা, অজিতবল্লভা, অনুশ্ৰী, অম্বুজা, ইন্দিৰা, কমলা, কমলালয়া, কমলাসনা, কমলিকা, কাৱ্যশ্ৰী, ক্ষীৰাব্ধিজা, চক্ৰিকা, জয়ন্তী, জলনিধিজা, ধনদা, নাৰায়ণী, পদ্মা, পদ্মালয়া, লক্ষ্মী, লখিমী, শতদলবাসিনী, হৰিনেত্ৰনিৱাসিনী, হৰিপ্ৰিয়া, ৰমা,
Bodo: लोक्षी,
Mising: ko:je-yanggo,
Bangla: লক্ষ্মী,
Deori: মিনুচি, লকি