Zimbabwezinc

zimu (Tutsa) [ IPA: zimu]
Contributed by: Gaurab Bora on 2024-11-22
1. Geology(Material Noun-Neuter) a cloudlike mass or layer of minute water droplets or ice crystals near the surface of the earth, appreciably reducing visibility. পৃথিৱী পৃষ্ঠৰ ওচৰত জমা হোৱা ডাৱৰৰ দৰে পানীৰ টোপাল বা বৰফৰ স্ফটিকৰ এক স্তৰ, যি ধোঁৱাময় পৰিৱেশৰ সৃষ্টি কৰে।

Contributed by: Gaurab Bora on 2024-11-22
2. (Material Noun-Neuter) a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি