specify (English) [ IPA: ˈspesəˌfaɪ ASM: স্পেচিফাই]
    1. (Verb-Trans.) to give a determined quantity এক নিৰ্দ্দিষ্ট পৰিমাণ স্থিৰ কৰা
    Contributed by: Biraj Kumar Kakati on 2006-04-01
    2. (Verb-Trans.) Give reference to something already existing means. পূৰ্বতে থকা বস্তু বা ঘটি যোৱা ঘটনা আদিক সংক্ষিপ্ত ৰূপত উদ্ধৃতি দিয়া ৷