Shrutakirtishubung

shu (Dimasa) [ Roman: Shoo]
Contributed by: Arnab Phonglosa on 2009-09-02
1. (Verb-Trans.) Strike persistently and violently হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷

shu (TAI-Turung) [ IPA: su]
Contributed by: Rajshree Shyam on 2024-11-17
2. Reptile(Common Noun) Any of numerous tailless, aquatic, semiaquatic, or terrestrial amphibians of the order Anura and especially of the family Ranidae, characteristically having a smooth moist skin, webbed feet, and long hind legs adapted for leaping. নেজহীন, জলজ, অৰ্ধজলজ বা স্থলজ এবিধ উভচৰ প্ৰাণী, যি অনুৰা বৰ্গ আৰু বিশেষকৈ ৰেনিদি পৰিয়ালৰ অন্তৰ্গত। ইহঁতৰ চালখন খহটা আৰু ভিজা, ঠেঙৰ পতা বহল আৰু পাছঠেংকেইটা জপিয়াব পৰাকৈ দীঘল আকাৰৰ।

shu (Singpho) [ IPA: ʃu]
Contributed by: Sabin Saikia on 2024-11-28
3. Reptile(Common Noun) Any of numerous tailless, aquatic, semiaquatic, or terrestrial amphibians of the order Anura and especially of the family Ranidae, characteristically having a smooth moist skin, webbed feet, and long hind legs adapted for leaping. নেজহীন, জলজ, অৰ্ধজলজ বা স্থলজ এবিধ উভচৰ প্ৰাণী, যি অনুৰা বৰ্গ আৰু বিশেষকৈ ৰেনিদি পৰিয়ালৰ অন্তৰ্গত। ইহঁতৰ চালখন খহটা আৰু ভিজা, ঠেঙৰ পতা বহল আৰু পাছঠেংকেইটা জপিয়াব পৰাকৈ দীঘল আকাৰৰ।