respectedrespectfully
respectful (English) [ IPA: rɪˈspektfəl ASM: ৰেস্পেকটফুল]
adj: respectfully
Contributed by: Dr (Mrs) Krishna Barua on 2006-09-01
English: honourable, respectable, respectful, venerable,
Assamese: অনৱ, অৰ্চনীয়, আদৰণীয়, আৰাধনীয়, উপাসনীয়, গণ্য, গণ্য-মান্য, নমস্য, পূজনীয়, পূজাৰ্হ, পূজ্য, পূজ্যপাদ, পৰমপূজ্য, বন্দনীয়, বন্দ্য, বৰণীয়, বৰেণ্য, ভক্তিভাজন, ভজনীয়, মহামানী, মহামান্য, মাননীয়, মান্য, মান্যবৰ, লোকমান্য, শ্ৰদ্ধাভাজন, শ্ৰদ্ধাযুক্ত, শ্ৰদ্ধাস্পদ, শ্ৰদ্ধাৱান, শ্ৰদ্ধেয়, সন্মানজনক, সন্মানীয়,
Bodo: मान गोनां, सनमान दिन्थिनाय, सिबिथाव,
Meeteilon: ikai khumning ngai oiba, upadhi,
Mizo (Lushai): zahawm,
Dimasa: gedemah, lekha-gnang, maan-gnang,
TAI-Ahom: চাৱ টাঙ্, জুঙ্ মাট্,
Deori: চ্চু, পুজি-জিৰি
Contributed by: Bikram M Baruah on 2011-11-02
respectful (English) [ IPA: rɪˈspektfəl ASM: ৰেস্পেকটফুল]
adj: respectfully
Contributed by: Dr (Mrs) Krishna Barua on 2006-09-01
1. (Proper Adj.-Common) commanding respect because of great age or impressive dignity বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
Assamese: অনৱ, অৰ্চনীয়, আদৰণীয়, আৰাধনীয়, উপাসনীয়, গণ্য, গণ্য-মান্য, নমস্য, পূজনীয়, পূজাৰ্হ, পূজ্য, পূজ্যপাদ, পৰমপূজ্য, বন্দনীয়, বন্দ্য, বৰণীয়, বৰেণ্য, ভক্তিভাজন, ভজনীয়, মহামানী, মহামান্য, মাননীয়, মান্য, মান্যবৰ, লোকমান্য, শ্ৰদ্ধাভাজন, শ্ৰদ্ধাযুক্ত, শ্ৰদ্ধাস্পদ, শ্ৰদ্ধাৱান, শ্ৰদ্ধেয়, সন্মানজনক, সন্মানীয়,
Bodo: मान गोनां, सनमान दिन्थिनाय, सिबिथाव,
Meeteilon: ikai khumning ngai oiba, upadhi,
Mizo (Lushai): zahawm,
Dimasa: gedemah, lekha-gnang, maan-gnang,
TAI-Ahom: চাৱ টাঙ্, জুঙ্ মাট্,
Deori: চ্চু, পুজি-জিৰি
Different POS:
a. Abstract Noun: compliment, epithet, esteem, honor, honour...Related Idea:
b. Proper Adj.-Common &/or Masculine: চিৰনমস্য...Contributed by: Bikram M Baruah on 2011-11-02
2. (Proper Adj.-Common) showing respect to somebody. কাৰোবাক শ্ৰদ্ধা প্ৰদৰ্শন কৰা