move forwardmovement control order
movement (English) [ IPA: ˈmuːvmənt ASM: মুভমেণ্ট]
English: motion, movement, relocation,
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
b. Verb-Intran.: go, move, shift, transfer, travel...
English: agitation, commotion, movement, protest,
Assamese: আন্দোলন, আলোড়ন, তোলপাৰ, প্ৰতিবাদ, বিক্ষোভ, ৰাষ্ট্ৰবিপ্লৱ, ৰৌজাল-বৌজাল,
Bodo: धर्ना, सोमावसारनाय,
Meeteilon: yaningdaba utpa,
Nagamese: pratibad
Contributed by: Bikram M Baruah on 2021-07-01
movement (English) [ IPA: ˈmuːvmənt ASM: মুভমেণ্ট]
1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
Different POS:
a. Proper Adj.-Neuter: movable, অস্থাৱৰ...b. Verb-Intran.: go, move, shift, transfer, travel...
2. Political Science(Abstract Noun) An individual or collective gesture or display of disapproval ব্যক্তিগত বা সামূহিকভাৱে প্ৰদৰ্শন কৰা অসন্মতি বা অসন্তুষ্টি
Assamese: আন্দোলন, আলোড়ন, তোলপাৰ, প্ৰতিবাদ, বিক্ষোভ, ৰাষ্ট্ৰবিপ্লৱ, ৰৌজাল-বৌজাল,
Bodo: धर्ना, सोमावसारनाय,
Meeteilon: yaningdaba utpa,
Nagamese: pratibad
Contributed by: Bikram M Baruah on 2021-07-01
3. (Verbal Noun)
এটা ঠাইৰ পৰা আন এটা ঠাইলৈ কোনো এক বস্তুৰ স্থিতি সলনি কৰা কাৰ্য্য৷