jeaki slaijealousy
jealous (English) [ IPA: ˈdʒeləs ASM: জেলাচ]
Contributed by: Krishangi Gogoi on 2021-11-20
English: envy, jealous, jealousy,
Assamese: ঈৰ্ষা, ঈৰ্ষানল, খিয়লা-খিয়লি, খিয়াল, চকু পোৰণি, জ্বলন, পৰদ্বেষ, পৰশ্ৰীকাতৰতা, মাৎসৰ্য, হিংসন, হিংসা,
Bodo: मेगन गोसा, मेगन सानाय,
Mising: meyot,
Garo: mikbua,
Karbi: langselet, Langun-e,
Dimasa: hingsa, Naijuyaba,
TAI-Ahom: ছই, ছই ছিপ্,
Hindi: ईर्ष्य़ा,
Deori: কেপেত, হিংকা,
TAI-Khamti: shoi
Contributed by: Ranjita Pegu on 2007-01-15
English: catty, envious, jealous, malevolent, malice, malicious, mischievous,
Assamese: অসূয়াপূৰ্ণ, ঈৰ্ষা পৰৱশ, ঈৰ্ষাকাতৰ, ঈৰ্ষান্বিত, ঈৰ্ষাপৰায়ণ, ঈৰ্ষাযুক্ত, ঈৰ্ষালু, ঈৰ্ষী, ক্ৰুৰদৃক, খিয়লীয়া, চকুচৰহা, দুষ্টমতিযুক্ত, দুৰাশয়, দুৰীয়া, দ্বেষপূৰ্ণ, দ্ৰোহী, দ্ৰোহীয়া, পৰদ্বেষী, পৰদ্ৰোহী, পৰশ্ৰীকাতৰ, মত্সৰী, মৎসৰ, হিংসক, হিংসাকুৰীয়া , হিংসাকুৰীয়া, হিংসুক, হিংসুকীয়া, ৰাইলা,
Bodo: मेगन सानाइ, मोनसा, हिंसा,
Khasi: ba bishni, ka jingsniew,
Garo: mikron dal.a,
Meeteilon: kallakpa,
Mizo (Lushai): thik,
Karbi: ning-so,
Dimasa: Hingsah, kahsin-muhsin,
Hindi: ईर्ष्य़ालु,
Deori: মুকুতি-কুঁমা, হিংকা-নয়া
jealous (English) [ IPA: ˈdʒeləs ASM: জেলাচ]
Contributed by: Krishangi Gogoi on 2021-11-20
1. (Abstract Noun) a feeling of discontent or covetousness with regard to another's advantages, success, possessions, etc. আনৰ সুযোগ-সুবিধা, সফলতা, সম্পত্তি আদি দেখি হোৱা অসন্তুষ্টি বা তাৰ প্ৰতি জন্মা লোভ।
Assamese: ঈৰ্ষা, ঈৰ্ষানল, খিয়লা-খিয়লি, খিয়াল, চকু পোৰণি, জ্বলন, পৰদ্বেষ, পৰশ্ৰীকাতৰতা, মাৎসৰ্য, হিংসন, হিংসা,
Bodo: मेगन गोसा, मेगन सानाय,
Mising: meyot,
Garo: mikbua,
Karbi: langselet, Langun-e,
Dimasa: hingsa, Naijuyaba,
TAI-Ahom: ছই, ছই ছিপ্,
Hindi: ईर्ष्य़ा,
Deori: কেপেত, হিংকা,
TAI-Khamti: shoi
Contributed by: Ranjita Pegu on 2007-01-15
2. (Proper Adj.) Wishing evil to others or unhappy at others good fortune আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷