dongdong.ol ong.a
dong among (Mising) [ Roman: dong among]
Contributed by: Himasri Das on 2023-01-26
English: earth, globe,
Assamese: অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইলিকা, ইহজগত, ইহলোক, ইড়া, ইড়িকা, উৰ্বী, কাশ্যপী, ক্ষিতি, ক্ষিতিজ, ক্ষিতিতল, ক্ষৌণী, খগৱতী, গিৰিকৰ্ণিকা, গোত্ৰা, চতুৰন্তা, জগ, জগত, জগতী, জাহান, জীৱধানী, জ্যা, তাৱিষী, দক্ষা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, ধৰাধাম, ধৰিত্ৰী, নিশ্চলা, নৃলোক, নৰলোক, পৃথিৱী, পৃথ্বী, বসুধা, বসুন্ধৰা, বসুভৃৎ, বসুমতী, বসুমাতা, বিশ্ব, বীজপ্ৰসু, ভাৰন্ত, ভূpfx , ভূতল, ভূবন, ভূমণ্ডল, ভূমি, ভূলোক, ভৱ, মনুষ্যলোক, মহী, মহীতল, মহীমণ্ডল, মেদিনী, মৰ্ত্ত্যভূমি, মৰ্ত্ত্যলোক, মৰ্ত্যভূমি, মৰ্ত্যলোক, শ্যামা, সপ্তদ্বীপা, ৰত্নাৱতী, ৰসা,
Bodo: बुहुम, भूम, मुलुग,
Mising: among, dong among, mopi, prithvi,
Khasi: ka pyrthei,
Garo: a’gassak, a’gilsak,
Bishnupriya Manipuri: পৃথিবী,
Karbi: halat, mindar, munmi, pirbi, pirthe,
Kok-Borok: hating,
Hmar: leihnuoi,
Nagamese: prithibi,
Dimasa: mulok, pirti, pirtima,
TAI-Ahom: লাঙ্ দিন্,
Hindi: पृथ्वी,
Bangla: পৃথিবী,
Nepali: अवनी, जगत, धरणी, नरलोक, पृथिवी, बसुन्धरा, मेदिनी, विश्व,
Tiwa: posmoda, posmota,
Deori: জিমকুৰি,
TAI-Phake: moung kang,
TAI-Turung: mungkang ga,
Singpho: mungkang ga
b. Abstract Noun: globalization, গোলকীকৰণ, বিশ্বায়ন...
Contributed by: Harshita Hazarika on 2022-10-19
English: heaven, paradise,
Assamese: অক্ষয়ধাম, অক্ষয়লোক, অনন্তধাম, অনন্তপুৰম, অমৃতলোক, অময়াপুৰী, অমৰধাম, অমৰনগৰ, অমৰলোক, অমৰালয়, অমৰাৱতী, অমৰ্ত্যভুৱন, অমৰ্ত্যলোক, অলকাপুৰী, আনন্দধাম, আনন্দলোক, ইন্দ্ৰপুৰী, ইন্দ্ৰলোক, ইন্দ্ৰসভা, ইন্দ্ৰালয়, ইন্দ্ৰৰাজ্য, ঊৰ্দ্ধলোক, ঊৰ্ধ্বলোক, ঋভুক্ষ, গোলোক, ত্ৰিদশালয়, ত্ৰিদিৱ, তৱিৰ্ষ, দিব, দিব্যধাম, দিব্যলোক, দীপ্তক, দেৱনিকায়, দেৱপুৰ, দেৱপুৰী, দেৱভূমি, দেৱভৱন, দেৱলোক, দেৱসভা, দেৱালয়, দ্ৰাপ, ধ্ৰুৱলোক, নিজানন্দ, নিত্যধাম, পুণ্যলোক, পৰম্পদ, বিষ্ণুপুৰী, বেহেস্ত, বৈকুণ্ঠ, বৈকুণ্ঠপুৰী, শক্ৰভৱন, শান্তি-ধাম, সুখাধাৰ, সুধৰ্মসভা, সুধৰ্মা, সুৰপুৰ, সুৰপুৰী, সুৰলোক, সুৰসদন, সুৰালয়, সুৱালয়, স্বঃ, স্বাৰাজ্য, স্বৰগ, স্বৰ্গ, স্বৰ্গধাম, স্বৰ্গপুৰী, স্বৰ্গলোক, স্বৰ্গৰাজ্য, সৰগ, সৰ্গ,
Bodo: गोजोनफ़ुरि, सोरगोफ़ुरि, सोर्गो, सोर्गोफुरि,
Mising: dong among, kargu-kardi, nido,
Khasi: ka bneng, ka jingsuk,
Garo: eden bari,
Meeteilon: laireipak,
Karbi: sorok,
Hmar: vânram, zion,
Nagamese: akhas, sorgo, sorog, swarg, sworg,
Dimasa: dambra,
Kaubru (Reang): kchuha,
Hindi: स्वर्ग,
Nepali: अमयापुरी, बैकुण्ठपुरी,
Deori: আচি গিৰি, আচি পিচ্চ, পিচ্চ চিৰেচ্চা,
TAI-Phake: moung fi,
Tutsa: rangmong
dong among (Mising) [ Roman: dong among]
Contributed by: Himasri Das on 2023-01-26
1. Geology(Material Noun-Neuter) the third planet of the solar system where the known biosphere exists. বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
Assamese: অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইলিকা, ইহজগত, ইহলোক, ইড়া, ইড়িকা, উৰ্বী, কাশ্যপী, ক্ষিতি, ক্ষিতিজ, ক্ষিতিতল, ক্ষৌণী, খগৱতী, গিৰিকৰ্ণিকা, গোত্ৰা, চতুৰন্তা, জগ, জগত, জগতী, জাহান, জীৱধানী, জ্যা, তাৱিষী, দক্ষা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, ধৰাধাম, ধৰিত্ৰী, নিশ্চলা, নৃলোক, নৰলোক, পৃথিৱী, পৃথ্বী, বসুধা, বসুন্ধৰা, বসুভৃৎ, বসুমতী, বসুমাতা, বিশ্ব, বীজপ্ৰসু, ভাৰন্ত, ভূpfx , ভূতল, ভূবন, ভূমণ্ডল, ভূমি, ভূলোক, ভৱ, মনুষ্যলোক, মহী, মহীতল, মহীমণ্ডল, মেদিনী, মৰ্ত্ত্যভূমি, মৰ্ত্ত্যলোক, মৰ্ত্যভূমি, মৰ্ত্যলোক, শ্যামা, সপ্তদ্বীপা, ৰত্নাৱতী, ৰসা,
Bodo: बुहुम, भूम, मुलुग,
Mising: among, dong among, mopi, prithvi,
Khasi: ka pyrthei,
Garo: a’gassak, a’gilsak,
Bishnupriya Manipuri: পৃথিবী,
Karbi: halat, mindar, munmi, pirbi, pirthe,
Kok-Borok: hating,
Hmar: leihnuoi,
Nagamese: prithibi,
Dimasa: mulok, pirti, pirtima,
TAI-Ahom: লাঙ্ দিন্,
Hindi: पृथ्वी,
Bangla: পৃথিবী,
Nepali: अवनी, जगत, धरणी, नरलोक, पृथिवी, बसुन्धरा, मेदिनी, विश्व,
Tiwa: posmoda, posmota,
Deori: জিমকুৰি,
TAI-Phake: moung kang,
TAI-Turung: mungkang ga,
Singpho: mungkang ga
Different POS:
a. Proper Adj.: global, world wide, গোলকীয়, জগত-জোৰা, বিশ্বজুৰি...b. Abstract Noun: globalization, গোলকীকৰণ, বিশ্বায়ন...
Related Idea:
c. Abstract Noun: world, জগত, দুনিয়া, বিশ্ব, ভৱলোক...Contributed by: Harshita Hazarika on 2022-10-19
2. (Abstract Noun) The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.). ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷