cudgelculi
cuisine (English) [ IPA: kwɪˈziːn ASM: কুজিন]
Contributed by: Rashmi Rekha Dutta on 2006-05-16
English: cuisine,
Assamese: ৰন্ধন প্ৰণালী, ৰন্ধনকৌশল, ৰন্ধনপদ্ধতি, ৰন্ধনশৈলী, ৰন্ধা ধৰণ
cuisine (English) [ IPA: kwɪˈziːn ASM: কুজিন]
Contributed by: Rashmi Rekha Dutta on 2006-05-16
1. (Abstract Noun) style or method of cooking, e.g., Indian Cuisine, Chinese Cuisine, Assamese Cuisine ৰন্ধনৰ কৌশল বা প্ৰক্ৰিয়া; যেনেঃ ভাৰতীয় ৰন্ধনশৈলী, অসমীয়া ৰন্ধন প্ৰণালী