Chomang kevaichomang’langti
Chomangkan (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-22
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-22
chomangkan (Karbi)
Contributed by: Ranjita Sarma Thakur on 2010-05-31
English: exequies, funeral, obsequies,
Assamese: অগ্নিকৰ্ম, অগ্নিকৰ্ম্ম, অন্ত্যেষ্টি, অন্ত্যেষ্টিক্ৰিয়া, নিৰ্হাৰ, নিৰ্হৰণ, মৃত-সত্কাৰ, শেষকৃত্য, শ্মশানকৃত্য, শৱ সৎকাৰ, সংস্ক্ৰিয়া, সত্কাৰ,
Bodo: कासनि हाबाफारि,
Karbi: chomangkan, kithi kephlong, thi-karhi,
Dimasa: mang-gitih saobah
Chomangkan (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-22
1. Festival(Proper Noun-Neuter) A festival of Bodo Tribes of Assam. খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ৷ এই উৎসৱ সাধাৰনতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্যাপন কৰা হয়৷ এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য৷ সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-22
2. Festival(Proper Noun-Neuter) A festival of Karbi Tribes of Assam চমাংকান কাৰ্বি জনগোষ্ঠীৰ এটা প্ৰধান উৎসৱ৷ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়৷ কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূ’পে পাপ-তাপ, দুখ-ক্লেশ আদিৰপৰা পৰিত্ৰাণ নাপায়৷ সাধাৰণতে তিনিদিনীয়াকৈ এই অনুষ্ঠান পতা হয়৷ চমাংকান এটা খৰছী অনুষ্ঠান, সেয়ে সকলো গৃহস্থই চমাংকান পাতিব নোৱাৰে৷ সেয়ে বহুকেইজন মৃতকৰ বাবে একেলগেও চমাংকান পতা হয়৷
chomangkan (Karbi)
Contributed by: Ranjita Sarma Thakur on 2010-05-31
3. (Abstract Noun) a religious, ceremonial process of burning(cremating)or burying a dead person. মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷