prayer (English) [ IPA: ˈprer ASM: প্ৰেয়াৰ]
    Contributed by: Gitartha Bordoloi on 2011-08-05
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) The act of asking for something in an anxious way. অতি আগ্ৰহেৰে বা ব্যাকুলতাৰে কোনো বস্তু খোজা কাৰ্য্য।
    2. (Verbal Noun) The act of making a reverent petition to God, a god, or another object of worship. ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।