circle (English) [ IPA: ˈsərkəl ASM: চাৰ্কল]
Contributed by: Webmaster-II on 2017-09-27
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Abstract Noun-Neuter) A geographical area having definable characteristics. নিৰ্দ্দিষ্ট গুণাগুণ বিশিষ্ট এক ভৌগোলিক পৰিসীমা|
2. Geometry(Abstract Noun) A plane curve everywhere equidistant from a given fixed point, the center. এটা নিৰ্দ্দিষ্ট বিন্দু, অৰ্থাত্ কেন্দ্ৰৰ পৰা সকলো স্থানতে সমদূৰত্বত থকা এডাল বক্ৰৰেখা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-14
3. (Material Noun-Neuter) an area of land within a revenue circle under the jurisdiction of a 'mandal' or junior revenue officer এটা ৰাজহ চক্ৰৰ অন্তৰ্গত এজন মণ্ডলৰ কৰ্ত্তৃত্বৰ অধীনত থকা মাটিৰ এক খণ্ড