ali (Mising) [ Roman: a.li]
    Contributed by: PRASTUTI PHUKON on 2021-11-25
    1. Geology(Abstract Noun) A season which falls in the month of March to May. It comes in the last and first month of Assamese calendar year. অসমীয়া বৰ্ষচক্ৰ অনুসৰি চ’ত-বহাগ মাহৰ এটা ঋতু বা কাল ৷
    Contributed by: Himasri Das on 2023-01-29
    2. Vegetables(Common Noun) a kind of potato that tastes sweet এবিধ খেতিত হোৱা লতাৰ মাটিৰ তলত বঢ়া বৰ ডাঙৰ-দীঘল আলু [লতাৰ পাত জাতি পাণৰ সদৃশ; আলু পুৰি, চেবা দি ভাজি বা আঞ্জা কৰি খায়; খাবলৈ কঠুৱা অৰ্থাত্ বৰ সোৱাদ আৰু কোমল নহয়; ইয়াৰ কেইবাটাও উপজাতি আছে; যেনে-কুঁবৰী, সল-জুকীয়া, হাতী-খুজীয়া ইত্যাদি]

    ali (Nagamese)
    Contributed by: Mousumi Konwar on 2023-05-01
    3. (Common Noun-Neuter) a long, flat and smooth construction of tar concrete or brick over the earth connection two destinations for traveling দুখন ঠাইৰ মাজত অহা-যোৱা কৰাৰ বাবে বন্ধা দীঘল, সমান আৰু মিহি মাটিৰ লোৰ