Ada (Garo)
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-02-04
    1. (Common Noun-Masculine) A brother (may or may not be of same parents) who is elder than yourself. নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷

    ada (Nagamese)
    Contributed by: Mousumi Konwar on 2023-04-26
    2. PlantsSpices(Common Noun-Neuter) A plant or its root of tropical southeast Asia having yellowish-green flowers and a pungent aromatic rhizome. দক্ষিণ-পূৱ এছিয়াৰ উষ্ণ মণ্ডলত উপলভ্য জিঞ্জিবাৰ অফিচিনেলি প্ৰজাতিৰ অন্তৰ্গত, ঈষত্ হালধীয়া-সেউজীয়া ৰঙৰ ফুল ফুলা আৰু এক বিশেষ গোন্ধযুক্ত এজোপা গছ বা তাৰ শিপা

    ada (Dimasa) [ Roman: aa.daa]
    Contributed by: Anuj J Phonglosa on 2008-11-21
    3. (Common Noun-Masculine) A brother (may or may not be of same parents) who is elder than yourself. নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷

    ada (Rabha)
    Contributed by: Rakesh Rabha on 2025-05-10
    4. (Common Noun-Masculine) A male having the same parents as another or one parent in common with another একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ দুই পুৰুষ সন্তানৰ মাজৰ সম্পৰ্ক