সৌজন্যহীন (Assamese) [ Roman: xou.jo.nyo.hin]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-04
c. Abstract Noun: brutalitycrueltyinhumanitysavageryঅমানুষিকতা...
1. (Proper Adj.) inflicting pain or suffering. দুখ বা কষ্ট দিয়া।
English:
Assamese:
অকৰুণ অদয় অন্তৰশূন্য অবিনয়ী অমানুষ অমানুষিক অমানুহ আসুৰিক আসুৰী উখৰা উগ্ৰকৰ্মা উভঙা কঠুৱা কাঠচিত কাঠচিতীয়া কাঠৰ কঠুৱা ক্ৰুৰ ক্ৰূৰতাপূৰ্ণ কৰ্কশ জঘন্য জৰঠ ডোঠৰ দশেৰ দাদৰা দাৰুণ দুৰ্বিনীত দুৰ্ব্বৱত্ত দুৰ্বৱৰ্ত্ত দয়া-মায়াহীন দয়াহীন নিকৰুণ নিঠুৰ নিদাৰুণ নিদয়া নিমৰমীয়াল নিষ্ঠুৰ নিষ্ঠুৰতাপূৰ্ণ নিৰ্ঘাত নিৰ্দয় নিৰ্মম নৃশংস পাশবিক পাষাণ-হৃদয় পৰুষ বৰ্বৰ মমতাহীন মায়াহীন সহানুভূতিহীন সৌজন্যহীন হিংস্ৰ হুঁটা হৃদয়হীন ৰুক্ষ ৰূঢ়
Garo:
Meeteilon:
Mizo (Lushai):
Nagamese:
TAI-Ahom:
Antonyms:
a. Proper Adj.-Common &/or Masculine: affectionatebenevolentbenignbenignantclement...Different POS:
b. Common Noun-Common: barbariansavageমেলেছম্লেচ্ছchaokhatriba...c. Abstract Noun: brutalitycrueltyinhumanitysavageryঅমানুষিকতা...
Related Idea:
d. Proper Adj.-Common: inhumanঅমানবীয়অমানুষিকঅমানুষীমনুষ্যত্বহীন...Contributed by: Bikram M Baruah on 2009-09-12
2. (Proper Adj.) having very crude, rude behavior unsuitable for/in a civilized society (but not harmful and may not have sexual reference). ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।