সেৱা (Assamese) [ Roman: xe.wa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Verbal Noun) The act of making a reverent petition to God, a god, or another object of worship. ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
2. (Abstract Noun) A facility provided to (the customer) (গ্ৰাহকৰ প্ৰতি) আগবঢ়োৱা সা-সুবিধা
Contributed by: Anup Raj Hazarika on 2023-03-10
3. (Abstract Noun) Indian greeting gesture consisting of a small bow while holding the palms together raised before the body. ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|
Assamese:
Bodo:
Bishnupriya Manipuri:
TAI-Ahom:
Different POS:
a. Verb-Trans.: নমস্কাৰ কৰ্নম্প্ৰণম্প্ৰণাম কৰ্সেৱা কৰ্...Sub Idea:
b. Abstract Noun: hellohiআদাবকুৰ্নিছচালাম...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
4. (Verbal Noun) the act of bowing in humility or veneration. দীঘল হৈ পৰি কৰা প্ৰণাম ।
English: