শিলগুটি (Assamese) [ Roman: xil.gu.ti]
    1. (Material Noun-Neuter) relatively hard, naturally formed mineral or petrified matter. প্ৰাকৃতিক ভাৱে গঠিত আপেক্ষিকভাৱে কঠিন খনিজ বা অন্য টান বস্তু।
    Contributed by: ৰূপকমল on 2006-03-17
    2. (Abstract Noun-Neuter) Mixture of coarse sand and small stones সৰু-সৰু শিলৰ টুকুৰা আৰু বালিৰ মিশ্ৰণ