লাজিয়াঁন (Deori) [ Roman: le.jin.yan.no]
    Contributed by: Himasri Das on 2023-04-04
    1. (Verb-Trans.) to do what is ordered/commanded to do by some authority বয়স বা পদমৰ্য্যদাত জ্যেষ্ঠ কোনো লোকে কৰিবলৈ কোৱা আৰু দিহা দিয়া মতে কাম কৰ্
    Contributed by: Himasri Das on 2023-04-04
    2. (Verb-Trans.) Hurt someone physically by use of force or verbally by criticising. শাৰীৰিকভাৱে বল প্ৰয়োগ কৰি অথবা মুখেৰে সমালোচনা কৰি কাৰোবাক আঘাত কৰ্।