মটৰ (Assamese) [ Roman: mo.tor]
    Contributed by: Bikram M Baruah on 2006-03-17
    1. Technology-Engineering(Material Noun-Neuter) A road vehicle powered by an engine. যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।
    2. Vegetables(Common Noun-Common) the round, edible seed of a widely cultivated plant. বহুলভাৱে খেতি কৰা এবিধ গছৰ ঘূৰণীয়া, খাব পৰা গুটি।
    Contributed by: Bikram M Baruah on 2006-03-17
    3. (Material Noun-Neuter) A electro-mechanical machine that rotates an axis on application of electricity. It is used to run other devices like pumps, grinder etc এক বিদ্যুত-চৌম্বকীয় আহিলা যি বিদ্যুত প্ৰবাহৰ দ্বাৰা এডাল অক্ষ ঘুৰাই আৰু সেই ঘূৰি থকা অক্ষৰ দ্বাৰা পাম্প আদি আন আহিলা চলোৱা হয়|
    English:
    Assamese:

    Example Sentences:

    1. মটৰৰ দ্বাৰা পানী সিঁচ।