বৃত্ত (Assamese) [ Roman: brit.to]
1. Geometry(Abstract Noun) A plane curve everywhere equidistant from a given fixed point, the center. এটা নিৰ্দ্দিষ্ট বিন্দু, অৰ্থাত্ কেন্দ্ৰৰ পৰা সকলো স্থানতে সমদূৰত্বত থকা এডাল বক্ৰৰেখা
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2006-03-17
2. (Abstract Noun) A description of a person's attributes, traits, or abilities. এজন ব্যক্তিৰ স্বভাৱ, গুণ আৰু সামৰ্থ্যৰ বৰ্ণনা।