চাৰে- (Assamese) [ Roman: sa.re-]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-12
1. (Preffix) A prefix depicting half. আধাৰে সৈতে - বুজোৱা সংখ্যাবাচক শব্দ৷ ৷সংখ্যাৰ আগত বহে, যেনে: চাৰে-তিনি, চাৰে-পাঁচ ইত্যাদি৷
Assamese:
চাৰে (Deori) [ Roman: chare]
Contributed by: Himasri Das on 2023-02-18
2. (Pronoun) interrogaive pronoun used to ask about the subject of an action. কোনো কাৰ্য্যৰ কৰ্ত্তাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
Contributed by: Himasri Das on 2023-02-18
3. (Verb-Trans.) Compel observance of a law etc. আইন মানিবলৈ বাধ্য কৰ্