XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    কেৰেপ (Assamese) [ Roman: ke.rep]
    Contributed by: Biraj Kumar Kakati on 2008-03-13
    1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷
    English:
    motion movement relocation
    Assamese:
    ইফাল-সিফাল ইভিতি-সিভিতি কাতি-কুতা কৰ্ কুৰুং-কাৰাং কেৰ-মেৰ কেৰেপ খৰমৰোৱা গতি গমন চতৰ্‌বতৰsfx চলন জংগম জঙ্গম তুৰিমুৰি প্ৰচৰণ প্ৰসৰ্পণ বিচৰণ লৰচৰ সঞ্চালন সঞ্চাৰ সঞ্চাৰণ স্থান-পৰিৱৰ্তন স্থানান্তৰ সৰ্পণ হল-ফল হেঁকেৰ পেঁকেৰ
    Garo:
    il.engani mojimani
    Nagamese:
    lor-sor
    Deori:
    কেৰবা

    Different POS:

    a. Proper Adj.-Neuter: movableঅস্থাৱৰ...
    b. Verb-Intran.: gomoveshifttransfertravel...
    Contributed by: Biraj Kumar Kakati on 2008-03-13
    2. (Verbal Noun) To care about; be concerned about. সামান্যভাৱে গ্ৰাহ্য কৰা অথবা মনোযোগ দিয়া ।
    English:
    care mind
    Assamese:
    কটগদ্ কটাহি কেৰাহি কেৰেপ গেন্দাই পৰোৱা পৰোৱাই ভূৰ্ভং ভ্ৰুভঙ্গ ভ্ৰূক্ষেপ
    © xobdo.org - a dictionary by you, for you, of you !!