কীৰ্তন (Assamese) [ Roman: kir.ton]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    1. (Verbal Noun) The act of making a reverent petition to God, a god, or another object of worship. ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-03
    2. (Proper Noun) one of a Vaishnav religious book written by Sankardev. মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত বৈষ্ণৱ ধৰ্মৰ এখন পুথি ৷