ৰটনাৰটি ফুৰ্
ৰটনি (Assamese) [ Roman: ro.to.ni]
Contributed by: Anjali Sonowal on 2010-02-02
English: bruit, hearsay, hoax, rumor, rumour,
Assamese: উৰাবাতৰি, কাণ-বাগৰা, গলাগোপা, গুজব, গুজৱ, ঘানাক-ঘুনুক, ঘুনুক ঘানাক, জনৰৱ, ঢক, বু বু-বা বা, হুজুগ, ৰটনা, ৰটনি, ৰৌঢ়ি,
Bodo: आराव, थगायनाय, फानदायनाय, सोलिनाय,
Garo: knasingsanga,
Meeteilon: toknga,
Tai: হ্যুঙ্,
Deori: গুজব
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
ৰটনি (Assamese) [ Roman: ro.to.ni]
Contributed by: Anjali Sonowal on 2010-02-02
1. (Abstract Noun) A piece of unverified information of uncertain origin usually spread by word of mouth সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ
Assamese: উৰাবাতৰি, কাণ-বাগৰা, গলাগোপা, গুজব, গুজৱ, ঘানাক-ঘুনুক, ঘুনুক ঘানাক, জনৰৱ, ঢক, বু বু-বা বা, হুজুগ, ৰটনা, ৰটনি, ৰৌঢ়ি,
Bodo: आराव, थगायनाय, फानदायनाय, सोलिनाय,
Garo: knasingsanga,
Meeteilon: toknga,
Tai: হ্যুঙ্,
Deori: গুজব
Different POS:
a. Adverb: অহুকাণে-পহুকাণে, আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
2. (Verbal Noun) the act of speaking ill of others লোকৰ দোষ বা দুৰ্যশ বখানি ফুৰা কাৰ্য্য