স্বভাবৰস্বভাৱ-চৰিত্ৰ

স্বভাৱ (Assamese) [ Roman: swo.bhab]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2006-12-13
1. (Abstract Noun) A description of a person's attributes, traits, or abilities. এজন ব্যক্তিৰ স্বভাৱ, গুণ আৰু সামৰ্থ্যৰ বৰ্ণনা।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-13
2. (Abstract Noun) A feature that helps to identify, tell apart, or describe recognizably; a distinguishing mark or trait. কোনো আকৃতি বা গঢ় যি সঠিকভাৱে চিনাক্তকৰণত সহায় কৰিব পাৰে৷ এটা সুনিৰ্দিষ্ট চিহ্ন৷

Contributed by: Anup Raj Hazarika on 2022-10-13
3. (Abstract Noun) a person`s or animal`s nature, especially as it permanently affects their behaviour. এজন ব্যক্তি বা জন্তুৰ প্ৰকৃতি, বিশেষকৈ যিদৰে ই সিহঁতৰ আচৰণত স্থায়ীভাৱে প্ৰভাৱ পেলায়৷