শীর্ণকায়শীলভদ্ৰ

শীল (Assamese) [ Roman: xil]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) A description of a person's attributes, traits, or abilities. এজন ব্যক্তিৰ স্বভাৱ, গুণ আৰু সামৰ্থ্যৰ বৰ্ণনা।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-07-02
2. (Abstract Noun) principles that should be followed by Buddhist and Buddhist Monk. বৌদ্ধ ভিক্ষুসকলে পালন কৰিবলগীয়া নীতি৷
English: sheel,
Assamese: শীল