সৌমুঠিসৌম্যকান্তি

সৌম্য (Assamese) [ Roman: xou.myo]
Contributed by: Bikram M Baruah on 2009-08-09
1. (Proper Adj.) (a person) refined in manners, well-bred and polite. ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-13
2. Astronomy(Proper Noun-Neuter) the first planet of the solar system সৌৰজগতত সূৰ্য্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ ৷