শুদাইশুদ্ধ কৰ্

শুদ্ধ (Assamese) [ Roman: xud.dho]
adv: শুদ্ধকৈ, শুদ্ধৰূপে
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
1. (Proper Adj.) entitled to veneration or religious respect by association with divinity or divine things. ঐশ্বৰিক বা স্বৰ্গীয় বিষয়ৰ সৈতে জড়িত থকাৰ কাৰণে সন্মান বা ধৰ্মীয় শ্ৰদ্ধাৰ পাত্ৰ।

2. (Proper Adj.) free from error or fault ভুল-ত্ৰুটিৰ পৰা মুক্ত

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
3. (Proper Adj.) free from anything of a different, inferior, or contaminating kind; free from extraneous matter. কোনো বেলেগ, নিম্ন মানৰ বস্তু মিহলি নথকা; কোনো অশুদ্ধতা বা বাহিৰা বস্তুযু্ক্ত নোহোৱা।

শুদ্ধ (Bangla)
Contributed by: Sushanta Kar on 2011-10-03
4. (Proper Adj.) entitled to veneration or religious respect by association with divinity or divine things. ঐশ্বৰিক বা স্বৰ্গীয় বিষয়ৰ সৈতে জড়িত থকাৰ কাৰণে সন্মান বা ধৰ্মীয় শ্ৰদ্ধাৰ পাত্ৰ।