purchasing powerpure mathematics

pure (English) [ IPA: ˈpjʊr ASM: পিয়ৰ]
Contributed by: নৱনাথ চহৰীয়া on 2010-05-13
1. (Proper Adj.) entitled to veneration or religious respect by association with divinity or divine things. ঐশ্বৰিক বা স্বৰ্গীয় বিষয়ৰ সৈতে জড়িত থকাৰ কাৰণে সন্মান বা ধৰ্মীয় শ্ৰদ্ধাৰ পাত্ৰ।

Contributed by: Dr (Mrs) Krishna Barua on 2006-08-29
2. (Proper Adj.) free from anything of a different, inferior, or contaminating kind; free from extraneous matter. কোনো বেলেগ, নিম্ন মানৰ বস্তু মিহলি নথকা; কোনো অশুদ্ধতা বা বাহিৰা বস্তুযু্ক্ত নোহোৱা।