শাপগ্ৰস্তশাপিত

শাপভ্ৰষ্ট (Assamese) [ Roman: xa.po.bhros.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-27
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verbal Adj.) fallen from a high position in consequence of a curse শাপৰ ফলত ভ্ৰষ্ট বা নষ্ট হোৱা, অথবা শাও লাগি হীন অৱস্থাত পৰা বা হীন জন্ম লোৱা
English: cursed,
Assamese: শাপভ্ৰষ্ট