cursecursive

cursed (English) [ IPA: ˈkərsəd ASM: কাৰ্চড]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-20
1. (Proper Adj.) under the influence of the ill effects of a curse. যি শাও পাইছে ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-27
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Adj.) fallen from a high position in consequence of a curse শাপৰ ফলত ভ্ৰষ্ট বা নষ্ট হোৱা, অথবা শাও লাগি হীন অৱস্থাত পৰা বা হীন জন্ম লোৱা
English: cursed,
Assamese: শাপভ্ৰষ্ট