শলাগীশলাগৰ

শলাগ্ (Assamese) [ Roman: xo.lag]
1. (Verb-Trans.) to speak good about sb/sth কোনো ব্যক্তি বা আন কিহবাক ভাল বোল্

Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-03-17
2. (Abstract Noun) the statement of goodness of sb/sth কিহবাৰ/কাৰোবাৰ গুণৰ বৰ্ণনা