appreciableappreciation

appreciate (English) [ IPA: əˈpriːʃiːˌeɪt ASM: এপ্ৰিচিয়েট]
Contributed by: Bikram M Baruah on 2010-01-30
1. (Verb-Trans.) to speak good about sb/sth কোনো ব্যক্তি বা আন কিহবাক ভাল বোল্

Contributed by: Bikram M Baruah on 2010-01-30
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verb-Trans.) to understand the nature or meaning of or to grasp with the mind (কোনো কথা) দকৈ ভাবি চা বা (কোনো কথাৰ) অৰ্থ বা ভাৱৰ ভিতৰলৈ প্ৰৱেশ কৰ্