যথোপযুক্তভাৱেযদি বা যদি (Assamese) [ Roman: jo.di Origin: সং. (হেম১৩)] 1. (Conjuction) word used to put forward a condition or term কোনো চৰ্ত্ত ডাঙি ধৰিবলৈ ব্যৱহাৰ কৰা শব্দ English: if, Assamese: যদি, যদি বা, যদ্যপি, Bodo: जेब्ला, Garo: dakode, Karbi: jongsi, Nagamese: jodi, zodi, Tai: ছাঙ, Hindi: अगर, Nepali: यदि, Deori: নিমাExample Sentences:1. কাইলৈ যদি বৰষুণ দিয়ে মই স্কুললৈ নাযাওঁ।