মৰ্-নৈমৰ্কটীয়া

মৰ্কট (Assamese) [ Roman: mor.kot]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-11
1. Animal(Common Noun-Common) Any of various long-tailed, medium-sized members of the order Primates, including the macaques, baboons, guenons, capuchins, marmosets, and tamarins and excluding the anthropoid apes and the prosimians. প্ৰাইমেট বৰ্গৰ অন্তৰ্গত দীঘল-নেজীয়া মজলীয়া আকাৰৰ এক স্তন্যপায়ী জন্তু।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
2. Insect-Worm(Common Noun) any of numerous predaceous arachnids of the order Araneae, most of which spin webs that serve as nests and as traps for prey এৰেনি বৰ্গৰ অন্তৰ্ভুক্ত পৰভোজী সন্ধিপদী প্ৰাণী, যাৰ সৰহভাগেই নিজৰ বাহ হিচাপে আৰু চিকাৰ ধৰিবলৈ জাল গোঁথে ৷