মকৰল কৰ্মকৰা নদী

মকৰা (Assamese) [ Roman: mo.ko.ra]
co.adj: গাভিনী~, ডাঙৰ~, বিষাক্ত~, সৰু~, plc: -বিলাক, -বোৰ, dfc: -টো
1. Insect-Worm(Common Noun) any of numerous predaceous arachnids of the order Araneae, most of which spin webs that serve as nests and as traps for prey এৰেনি বৰ্গৰ অন্তৰ্ভুক্ত পৰভোজী সন্ধিপদী প্ৰাণী, যাৰ সৰহভাগেই নিজৰ বাহ হিচাপে আৰু চিকাৰ ধৰিবলৈ জাল গোঁথে ৷
English: spider,
Assamese: অষ্টপাদ, অষ্টাপদ, ঊৰ্ণনাভ, কৃশাক্ষ, জাল-কীট, জালিক, তন্তুনাভ, তন্তুৱায়, মকৰা, মাকৰা bo , মৰ্কট,
Bodo: बेमा,
Mising: popvr tarum, tapum,
Garo: guang,
Karbi: sangman,
Nagamese: mokora,
Dimasa: bema, bema musuburma, jedangma,
Tai: কাও,
Tiwa: changmai,
Deori: জমতিং

Example Sentences:

1. ঘৰটোৰ য'তে-ত'তে মকৰাই জাল পাতিছে।