মায়ৰমাৰ কিল কৰ্
মাৰ (Assamese) [ Roman: mar]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
English: carbohydrate, starch,
Assamese: অন্নসাৰ, মাৰ, শ্বেতসাৰ, শৰ্কৰা,
Bodo: गाहाय मिरु बाहागो, मायदि होनाय, मार, सियाव होनाय मायदि, सियाव होनाय मार
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
English: cupid, kamdev,
Assamese: অঙ্গজ, অজ, অতনু, অনংগ, অনঙ্গ, অনন্যজ, ইষ্ম, ঈষ্ম, কঞ্জন, কন্দৰ্, কন্দৰ্প, কাম, কামদেৱ, কিংকিৰ, কুসুম চাপ, কুসুমকাৰ্মুক, কুসুমধনু, কুসুমায়ূধ, জৰাভীৰু, তিথ, দীপক, দৰ্পক, পুষ্পকেতন, পুষ্পকেতু, প্ৰদ্যুম্ন, বিশ্বকেতু, মকৰকেতন, মকৰকেতু, মকৰধ্বজ, মদ, মদন, মধুদিপ, মধুদীপ, মনসিজ, মনোজ, মনোভূ, মনোভৱ, মন্নথ, মন্মথ, মাৰ, মীনকেতন, মীনধ্বজ, শম্বৰাৰি, স্মৰ, ৰতিকান্ত, ৰতিপতি, ৰম, ৰমণ, ৰুদ্ৰাৰি,
Bodo: कामदेब
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
মাৰ (Assamese) [ Roman: mar]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
1. Biology(Material Noun-Neuter) Any of a group of organic compounds that includes sugars, starches, celluloses, and gums and serves as a major energy source in the diet of animals. চেনি, ষ্টাৰ্চ, চেলুল’জ আদিৰ দৰে এক প্ৰকাৰ জৈৱিক পদাৰ্থ, যি প্ৰাণীৰ আহাৰত থকা প্ৰধান শক্তিৰ উৎস।
Assamese: অন্নসাৰ, মাৰ, শ্বেতসাৰ, শৰ্কৰা,
Bodo: गाहाय मिरु बाहागो, मायदि होनाय, मार, सियाव होनाय मायदि, सियाव होनाय मार
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. Religious-Mythological(Proper Noun-Masculine) Hindu god of love and erotic desire. হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷Assamese: অঙ্গজ, অজ, অতনু, অনংগ, অনঙ্গ, অনন্যজ, ইষ্ম, ঈষ্ম, কঞ্জন, কন্দৰ্, কন্দৰ্প, কাম, কামদেৱ, কিংকিৰ, কুসুম চাপ, কুসুমকাৰ্মুক, কুসুমধনু, কুসুমায়ূধ, জৰাভীৰু, তিথ, দীপক, দৰ্পক, পুষ্পকেতন, পুষ্পকেতু, প্ৰদ্যুম্ন, বিশ্বকেতু, মকৰকেতন, মকৰকেতু, মকৰধ্বজ, মদ, মদন, মধুদিপ, মধুদীপ, মনসিজ, মনোজ, মনোভূ, মনোভৱ, মন্নথ, মন্মথ, মাৰ, মীনকেতন, মীনধ্বজ, শম্বৰাৰি, স্মৰ, ৰতিকান্ত, ৰতিপতি, ৰম, ৰমণ, ৰুদ্ৰাৰি,
Bodo: कामदेब
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
3. Sociology(Proper Noun-Neuter) Hmar is the name of one of the numerous Chin-Kuki-Mizo tribes of India, spread over a large area in the northeast. কুকি-চিন গ্ৰুপৰ অন্তৰ্ভূক্ত উত্তৰ পূৱ ভাৰতৰ এটি জনহোষ্ঠী৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
4. Language-Linguistics(Abstract Noun) A language belonging to the Mizo (Zo People) branch of the Tibeto-Burman family of languages. The speakers of the language are also known as Hmar কুকি-চিন গ্ৰুপৰ অন্তৰ্ভূক্ত উত্তৰ পূৱ ভাৰতৰ এটি ভাষা৷ শব্দ গ্ৰুপৰ এটা ভাষা।