ৰমজানৰমণ-কৰ্ত্তা

ৰমণ (Assamese) [ Roman: ro.mon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
1. (Verbal Noun) The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur. পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
2. (Abstract Noun) a strong or extravagant fondness, enthusiasm, or desire for anything কিহবাৰ প্ৰতি এক তীব্ৰ বা অতিমাত্ৰা ভাল লগা ভাৱ, উছাহ বা আগ্ৰহ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
3. Religious-Mythological(Proper Noun-Masculine) Hindu god of love and erotic desire. হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷