মহিষীমহী চুঙা

মহী (Assamese) [ Roman: mo.hi]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-31
1. Geology(Material Noun-Neuter) the third planet of the solar system where the known biosphere exists. বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
English: earth, globe,
Assamese: অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইলিকা, ইহজগত, ইহলোক, ইড়া, ইড়িকা, উৰ্বী, কাশ্যপী, ক্ষিতি, ক্ষিতিজ, ক্ষিতিতল, ক্ষৌণী, খগৱতী, গিৰিকৰ্ণিকা, গোত্ৰা, চতুৰন্তা, জগ, জগত, জগতী, জাহান, জীৱধানী, জ্যা, তাৱিষী, দক্ষা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, ধৰাধাম, ধৰিত্ৰী, নিশ্চলা, নৃলোক, নৰলোক, পৃথিৱী, পৃথ্বী, বসুধা, বসুন্ধৰা, বসুভৃৎ, বসুমতী, বসুমাতা, বিশ্ব, বীজপ্ৰসু, ভাৰন্ত, ভূpfx , ভূতল, ভূবন, ভূমণ্ডল, ভূমি, ভূলোক, ভৱ, মনুষ্যলোক, মহী, মহীতল, মহীমণ্ডল, মেদিনী, মৰ্ত্ত্যভূমি, মৰ্ত্ত্যলোক, মৰ্ত্যভূমি, মৰ্ত্যলোক, শ্যামা, সপ্তদ্বীপা, ৰত্নাৱতী, ৰসা,
Bodo: बुहुम, भूम, मुलुग,
Mising: among, dong among, mopi, prithvi,
Khasi: ka pyrthei,
Bishnupriya Manipuri: পৃথিবী,
Karbi: halat, munmi, pirbi, pirthe,
Kok-Borok: hating,
Hmar: leihnuoi,
Nagamese: prithibi,
Dimasa: mulok, pirti, pirtima,
Tai: লাঙ্ দিন্,
Hindi: पृथ्वी,
Bangla: পৃথিবী,
Nepali: अवनी, जगत, धरणी, नरलोक, पृथिवी, बसुन्धरा, मेदिनी, विश्व,
Tiwa: posmoda, posmota,
Deori: জিমকুৰি

Different POS:

a. Abstract Noun: globalization, গোলকীকৰণ, বিশ্বায়ন...
b. Proper Adj.: global, world wide, গোলকীয়, জগত-জোৰা, বিশ্বজুৰি...

Related Idea:

c. Abstract Noun: world, জগত, দুনিয়া, বিশ্ব, ভৱলোক...

Contributed by: Mrinal Nath on 2008-01-31
2. (Material Noun-Neuter) A coloured liquid used for writing or drawing. লিখিবলৈ বা ছবি আকিবলৈ ব্যৱহাৰ কৰা ৰঙীন জুলীয়া দ্ৰব্য ।
English: ink,
Assamese: কালী, চিয়াঁহী, চেহি bo , মসী, মহী,
Bodo: खालि, सियाही,
Garo: kali,
Meeteilon: muk,
Bishnupriya Manipuri: কালি,
Hmar: pentui,
Nagamese: siahi, siyahi,
Tai: নাম্ মুক্

Contributed by: Biraj Kumar Kakati on 2008-01-31
3. (Material Noun-Neuter) A vessel made of material that does not melt easily (especially of ceramic); used for high temperature chemical reactions or to melt metal. উচ্চ তাপত ৰাসায়নিক বিক্ৰিয়া ঘটাবলৈ ব্যৱহাৰ কৰা এটা পাত্ৰ বিশেষ। সাধাৰণতে ধাতু গলাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
English: crucible,
Assamese: মহী, মূহী