crucialcrucified

crucible (English) [ IPA: ˈkruːsəbəl ASM: ক্ৰুচিবল]
Contributed by: Partha P Sarmah on 2008-01-31
1. (Common Noun) a situation (or place) in which people or ideas are tasted very severely. কোনো ব্যক্তি বা মত বিশেষক অতি কঠোৰভাৱে পৰীক্ষা কৰা এক অৱস্থা (বা ঠাই)৷

Contributed by: Biraj Kumar Kakati on 2008-01-31
2. (Material Noun-Neuter) A vessel made of material that does not melt easily (especially of ceramic); used for high temperature chemical reactions or to melt metal. উচ্চ তাপত ৰাসায়নিক বিক্ৰিয়া ঘটাবলৈ ব্যৱহাৰ কৰা এটা পাত্ৰ বিশেষ। সাধাৰণতে ধাতু গলাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
English: crucible,
Assamese: মহী, মূহী