মধ্যৱৰ্ত্তীমন কৰ্

মন (Assamese) [ Roman: mon Origin: সং. মনস্ (হেম১৩)]
1. (Abstract Noun) The human consciousness that originates in the brain and is manifested especially in thought, perception, emotion, will, memory, and imagination. মানুহৰ মগজুত উদ্ভৱ হোৱা চেতনা যাৰ দ্বাৰা মানুহৰ ইচ্ছা, আকাঙ্ক্ষা, বিষয়, বাসনা, কল্পনা আদিৰ বহিঃপ্ৰকাশ হয় ৷

মন (Tai)
Contributed by: Anjali Sonowal on 2013-02-06
2. Zoology(Material Noun-Neuter) the roundish reproductive body produced by the female of certain animals, as birds and most reptiles, consisting of an ovum and its envelope of albumen, jelly, membranes, egg case, or shell, according to species. চৰাই আৰু সৰহ সংখ্যক সৰীসৃপৰ দৰে কেতবোৰ প্ৰাণীৰ মাইকীবিলাকে উত্পাদন কৰা, প্ৰজননৰ সৈতে জড়িত, প্ৰায় গোলাকাৰ এক বস্তু, যি ডিম্বকোষ আৰু তাৰ কেইবাতৰপীয়া আৱৰণেৰে গঠিত ৷
English: egg,
Assamese: অণ্ড, কণী, ডিম, ডিমা, ডিম্ব,
Bodo: दाउदै,
Mising: api,
Khasi: ka pylleng,
Garo: do.bitchi, do.chi,
Meeteilon: Yerum,
Karbi: arpong athe, ati, voti,
Kok-Borok: toktwi,
Hmar: ârtui,
Nagamese: anda, koni, onda,
Dimasa: bihdi, daudi,
Ao: entse,
Tai: খাই, খ্ৰাই, মন,
Hindi: अंडा, अण्डा,
Bangla: ডিম, ডিম্ব,
Rabha: পিচি,
Tiwa: tudi,
Deori: দুজাঁ

মন (Deori) [ Roman: mon]
Contributed by: Himasri Das on 2022-12-21
3. (Abstract Noun) The human consciousness that originates in the brain and is manifested especially in thought, perception, emotion, will, memory, and imagination. মানুহৰ মগজুত উদ্ভৱ হোৱা চেতনা যাৰ দ্বাৰা মানুহৰ ইচ্ছা, আকাঙ্ক্ষা, বিষয়, বাসনা, কল্পনা আদিৰ বহিঃপ্ৰকাশ হয় ৷