ভৰি পৰ্ভৰি-পথান

ভৰি-চেলেকা (Assamese) [ Roman: bho.ri-se.le.ka]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-05-20
1. (Common Noun-Common) somebody who praises powerful and important people too much (but not sincerely) to get some (undue) favour from them. ক্ষমতাশালী ব্যক্তিক অতিশয় প্ৰশংসা কৰি বা মন ভূলোৱা কথা কৈ কাম আদায় কৰা লোক৷ এওঁলোকৰ উদ্দেশ্য সাধাৰণতে বৰ সৎ নহয়৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-27
2. (Verbal Noun) the act of praising people in authority in a way that is not sincere, usually in order to get some advantage from them. আনক, বিশেষকৈ ক্ষমতাশালী লোকক অত্যন্ত তোষামোদ কৰি স্বাৰ্থ পূৰণৰ চেষ্টা কৰা কাৰ্য্য।