পদলেহনপদশিলা
পদলেহনকাৰী (Assamese) [ Roman: po.do.le.hon.ka.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-05-20
English: sycophant,
Assamese: চটুৱা, চাটুকাৰ, চাটুকাৰী, চাটুৱা, তোষামোদকাৰী, পদলেহনকাৰী, ভৰি-চেলেকা, মোচাহেব, স্তাৱক,
Meeteilon: cheeron khongbanba, taat touba, tousinnaba
b. Verb-Trans.: butter, flatter, খোচামোদ কৰ্, চাটু কৰ্, তেল মাৰ্...
পদলেহনকাৰী (Assamese) [ Roman: po.do.le.hon.ka.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-05-20
1. (Common Noun-Common) somebody who praises powerful and important people too much (but not sincerely) to get some (undue) favour from them. ক্ষমতাশালী ব্যক্তিক অতিশয় প্ৰশংসা কৰি বা মন ভূলোৱা কথা কৈ কাম আদায় কৰা লোক৷ এওঁলোকৰ উদ্দেশ্য সাধাৰণতে বৰ সৎ নহয়৷
Assamese: চটুৱা, চাটুকাৰ, চাটুকাৰী, চাটুৱা, তোষামোদকাৰী, পদলেহনকাৰী, ভৰি-চেলেকা, মোচাহেব, স্তাৱক,
Meeteilon: cheeron khongbanba, taat touba, tousinnaba
Different POS:
a. Abstract Noun: adulation, buttering, flattering, flattery, gratification...b. Verb-Trans.: butter, flatter, খোচামোদ কৰ্, চাটু কৰ্, তেল মাৰ্...