ভ্ৰষ্টাচাৰভ্ৰাতা
ভ্ৰষ্টাচাৰী (Assamese) [ Roman: bhros.ta.sa.ri]
English: degenerated, deviated, downfallen, fallen, spoiled,
Assamese: দুৰাচাৰী, নাৰ, পতিত, বাৰেঘৰি, বিচ্যুত, বিজাত, ভ্ৰষ্ট, ভ্ৰষ্টাচাৰী, স্খলিত,
Bodo: गोलैसोनाय,
Deori: পিগুহাবা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-04-03
English: corrupt,
Assamese: উন্মাৰ্গগামী, উৎকোচগ্ৰাহী, ঘোচখোৰ, দুৰ্নীতিকাৰী, দুৰ্নীতিগ্ৰস্ত, দুৰ্নীতিপৰায়ণ, দুৰ্নীতিযুক্ত, ভ্ৰষ্টাচাৰী,
Garo: namjaata
ভ্ৰষ্টাচাৰী (Assamese) [ Roman: bhros.ta.sa.ri]
1. (Proper Adj.-Common) characterized by immoral behaviors অসত্ আচৰণ কৰা
Assamese: দুৰাচাৰী, নাৰ, পতিত, বাৰেঘৰি, বিচ্যুত, বিজাত, ভ্ৰষ্ট, ভ্ৰষ্টাচাৰী, স্খলিত,
Bodo: गोलैसोनाय,
Deori: পিগুহাবা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-04-03
2. (Proper Adj.-Common) guilty of dishonest practices, as bribery;lacking integrity দুৰ্নীতিৰ আশ্ৰয় লোৱা বা অনৈতিক কাম কৰা লোক