corrugatedcorruption
corrupt (English) [ IPA: kəˈrəpt ASM: কৰাপ্ট]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-04
English: corrupt,
Assamese: উন্মাৰ্গগামী, উৎকোচগ্ৰাহী, ঘোচখোৰ, দুৰ্নীতিকাৰী, দুৰ্নীতিগ্ৰস্ত, দুৰ্নীতিপৰায়ণ, দুৰ্নীতিযুক্ত, ভ্ৰষ্টাচাৰী,
Garo: namjaata
corrupt (English) [ IPA: kəˈrəpt ASM: কৰাপ্ট]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-04
1. (Proper Adj.-Common) guilty of dishonest practices, as bribery;lacking integrity দুৰ্নীতিৰ আশ্ৰয় লোৱা বা অনৈতিক কাম কৰা লোক