বৰহোলাবৰা চাউল

বৰা (Assamese) [ Roman: bo.ra]
alt: বড়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-25
1. Animal(Common Noun) a mammal of the family Suidae, having short legs, cloven hooves, bristly hair, and a cartilaginous snout used for digging. চুটি ঠেং, ফটা খুৰা, মোটা নোম আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা কোমলাস্থি যুক্ত মুখ থকা চুইদি পৰিয়ালৰ এক স্তন্যপায়ী জন্তু।

বৰা (Deori) [ Roman: bo.ra]
Contributed by: Himasri Das on 2023-02-27
2. (Verb-Trans.) To make or become greater in size, degree, or frequency. আকাৰ, মান বা সংখ্যাত বেছি কৰ্ ৷