চক্ৰব্যুহচক্ৰলেখন

চক্ৰমুখ (Assamese) [ Roman: so.kro.mukh]
Contributed by: Mousumi Konwar on 2023-02-08
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. Animal(Common Noun) a mammal of the family Suidae, having short legs, cloven hooves, bristly hair, and a cartilaginous snout used for digging. চুটি ঠেং, ফটা খুৰা, মোটা নোম আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা কোমলাস্থি যুক্ত মুখ থকা চুইদি পৰিয়ালৰ এক স্তন্যপায়ী জন্তু।