বিয়পি পৰ্বিয়লি
বিয়প্ (Assamese) [ Roman: bi.yop]
Contributed by: ৰূপকমল on 2007-03-02
English: pervade, spread,
Assamese: ছাটি পৰ্, ছাটি যা, ছানি ধৰ্, ছানি পেলা, ছান্, পৰিব্যাপ্ত হ্, বিস্তাৰিত হ, বিয়পি পৰ্, বিয়প্, ব্যাপ্,
Mising: gisonsu
Contributed by: Bikram M Baruah on 2009-11-15
English: circulate, promulgate, spread,
Assamese: ঢক উঠ্, ঢক ফুট্, প্ৰচাৰ হ, প্ৰচাৰিত হ, ফুটিফাটি যা, বিয়পি পৰ্, বিয়প্, মুখ বাগৰ্, ৰাষ্ট্ৰ হ, ৰৌঢ়ি ফুট্
বিয়প্ (Assamese) [ Roman: bi.yop]
Contributed by: ৰূপকমল on 2007-03-02
1. (Verb-Intran.) (a fluid) to go into a wider area
Assamese: ছাটি পৰ্, ছাটি যা, ছানি ধৰ্, ছানি পেলা, ছান্, পৰিব্যাপ্ত হ্, বিস্তাৰিত হ, বিয়পি পৰ্, বিয়প্, ব্যাপ্,
Mising: gisonsu
Different POS:
a. Abstract Noun: spread, বিস্তাৰ, lim, লেহেদুৰুবা...Contributed by: Bikram M Baruah on 2009-11-15
2. (Verb-Trans.) (a news) to pass from place to place, from person to person এঠাইৰ পৰা সিঠাই বা এজনৰ পৰা আনজনলৈ কথা বা কোবো বস্তু যোৱা
Assamese: ঢক উঠ্, ঢক ফুট্, প্ৰচাৰ হ, প্ৰচাৰিত হ, ফুটিফাটি যা, বিয়পি পৰ্, বিয়প্, মুখ বাগৰ্, ৰাষ্ট্ৰ হ, ৰৌঢ়ি ফুট্