sprayspread out
spread (English) [ IPA: ˈspred ASM: স্প্ৰেড]
English: spread,
Assamese: বিস্তাৰ,
Karbi: lim,
Deori: লেহেদুৰুবা
Contributed by: Bikram M Baruah on 2009-11-15
English: pervade, spread,
Assamese: ছাটি পৰ্, ছাটি যা, ছানি ধৰ্, ছানি পেলা, ছান্, পৰিব্যাপ্ত হ্, বিস্তাৰিত হ, বিয়পি পৰ্, বিয়প্, ব্যাপ্,
Mising: gisonsu
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2006-04-01
English: circulate, promulgate, spread,
Assamese: ঢক উঠ্, ঢক ফুট্, প্ৰচাৰ হ, প্ৰচাৰিত হ, ফুটিফাটি যা, বিয়পি পৰ্, বিয়প্, মুখ বাগৰ্, ৰাষ্ট্ৰ হ, ৰৌঢ়ি ফুট্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-15
spread (English) [ IPA: ˈspred ASM: স্প্ৰেড]
1. (Abstract Noun) the way or position in which a thing is laid or lies কোনো বস্তু থকা বা ৰখা অৱস্থান বা ধৰণ
Assamese: বিস্তাৰ,
Karbi: lim,
Deori: লেহেদুৰুবা
Different POS:
a. Verb-Intran.: pervade, spread, ছাটি পৰ্, ছাটি যা, ছানি ধৰ্...
2. (Verb-Trans.) to distribute something flat (like mat, sheet of paper etc) over a wider area এক বহল এলেকাত কোনো চেপেটা বস্তু বিস্তৃত কৰি দিয়া
Contributed by: Bikram M Baruah on 2009-11-15
3. (Verb-Intran.) (a fluid) to go into a wider area
Assamese: ছাটি পৰ্, ছাটি যা, ছানি ধৰ্, ছানি পেলা, ছান্, পৰিব্যাপ্ত হ্, বিস্তাৰিত হ, বিয়পি পৰ্, বিয়প্, ব্যাপ্,
Mising: gisonsu
Different POS:
a. Abstract Noun: spread, বিস্তাৰ, lim, লেহেদুৰুবা...Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2006-04-01
4. (Verb-Trans.) (a news) to pass from place to place, from person to person এঠাইৰ পৰা সিঠাই বা এজনৰ পৰা আনজনলৈ কথা বা কোবো বস্তু যোৱা
Assamese: ঢক উঠ্, ঢক ফুট্, প্ৰচাৰ হ, প্ৰচাৰিত হ, ফুটিফাটি যা, বিয়পি পৰ্, বিয়প্, মুখ বাগৰ্, ৰাষ্ট্ৰ হ, ৰৌঢ়ি ফুট্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
5. Medical Science(Verb-Trans.) to pass from one to another, as a disease এজনৰ গাৰ পৰা গৈ আন এজনৰ গাত ধৰ্ বা হ (ৰোগ)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-15
6. (Verb-Intran.) to spread the tail and hold it erect (said of a peacock) নেজৰ পাখি মেলি থিয় কৰি ৰাখ্ (ময়ূৰৰ ক্ষেত্ৰত)